আংবাং

 নিৰ্জন ৰাতিবোৰত

এবুকু সপোন বুকুত বান্ধি

পুনৰ জীৱন জীয়াৰ সংগ্ৰামে 

বুকুত কঢ়িয়াই লৈ ফুৰে

অজস্ৰ বিষাদৰ গান....

নিশাৰ গভীৰতাত 

সপোনবোৰে পাহি মেলে

উত্তৰবিহীনভাৱে

পুনৰ একে যাত্রাৰেই 

কুচ-কাৱাজ চলে।

     @প্ৰিয়ংকা


Comments

Popular posts from this blog

নাৰী সবলীকৰণৰ প্ৰাসংগিকতা:

হিন্দীৰ বাধ্যতামূলকে অনা-অসমীয়াৰ চাকৰিত সুবিধা প্ৰদান কৰিব:

ৰঙালী বিহু: অতীত আৰু বৰ্তমান